antianti-freez

Anti poetry (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-08-30
1. Poems(Abstract Noun) Anti-poetry is an art movement that attempts to break away from the normal conventions of traditional poetry. Early proponents of anti-poetry include Nicanor Parra and Elias Petropoulos. সাধাৰণ আৰু পৰম্পৰাগত কবিতাৰ পৰা পৃথকভাৱে গঢ়ি উঠা শিল্প আন্দোনল৷ লেটিন আমেৰিকাত চিলিক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোনলৰ পুৰোধা ব্যক্তি নিকানোৰ পাৰা আৰু এলিয়াচ পেট্ৰপোোলাচ৷